অসমীয়া পুথিচিত্ৰকলাৰ শৈলী

Get Started. It's Free
or sign up with your email address
অসমীয়া পুথিচিত্ৰকলাৰ শৈলী by Mind Map: অসমীয়া পুথিচিত্ৰকলাৰ শৈলী

1. সত্ৰীয়া শৈলী

1.1. উদাহৰণ:- চিত্ৰ-ভাগৱত আদ্য়-দশম লৱ-কুশৰ যুদ্ধ ভক্তি-ৰত্নাৱলী

2. গড়গঞা শৈলী

2.1. উদাহৰণ:- হস্তীবিদ্য়াৰ্ণৱ শংখচূড় বধ গীত-গোবিন্দ আনন্দ লহৰী

3. দৰঙী শৈলী

3.1. উদাহৰণ:- চাহাপৰী উপাখ্য়ান তীৰ্থ-কৌমুদী তৃতীয় স্কন্ধ ভাগৱত অষ্টম স্কন্ধ ভাগৱত

4. টাই-আহোম শৈলী

4.1. উদাহৰণ:- ফুং চিন চুক-টান্তা কিম্পং